Class 10 Science Chapter 13 PDF Note in Assamese

আপুনি যদি Assamese Medium ৱেবচাইটৰ এই পৃষ্ঠা পঢ়ি আছে তেন্তে নিশ্চয় আপুনি দশম মান শ্ৰেণীত পঢ়ি থকা শিক্ষাৰ্থী অথবা পঢ়াই থকা শিক্ষক শিক্ষয়িত্ৰী আৰু ইয়াত আপুনি Class 10 Science Chapter 13 Question Answer in Assamese বা Class 10 Science Chapter 13 PDF Note in Assamese বিচাৰিহে আহিছে আৰু আমি আপোনাৰ আশা অনুযায়ী সমাধান দিবলৈ প্ৰয়াস কৰিছো।

আজি আমি ইয়াত আলোচনা কৰিম Class 10 Science Chapter 13 Question Answer আৰু ইয়াৰ পৰাই আপুনি Class 10 Science Chapter 13 PDF Note in Assamese ডাউনলোড কৰিব পাৰিব।

আমি কেৱল এই ৱেবচাইটৰ জৰিয়তে প্ৰশ্ন উত্তৰ যোগান ধৰাই নহয়, আমি Assamese Medium YouTube Channel ৰ যোগেদি এই সকলো অধ্যায়ৰ সম্পূৰ্ণ Video Class দিবলৈ যত্ন কৰিছো। আপুনি বিচাৰিলে লিংকত ক্লিক কৰি আমাৰ Video Class চাব পাৰিব

Blue Questions Class 10 Science 13 Assamese Medium

ইয়াত আমি কেৱল Class 10 Science Chapter 13 Question সমূহ উল্লেখ কৰিছো আৰু তাৰ উত্তৰ সমূহৰ সুন্দৰ PDF তলত দিয়া লিংকৰ জৰিয়তে লাভ কৰিব পাৰিব। তেন্তে আহক “বিদ্যুৎ – প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া” নামৰ অধ্যায়ত কি কি প্ৰশ্ন আছে প্ৰথমে চাই লওঁ।

Class 10 Science Chapter 13 PDF Note in Assamese

Class 10 Science Chapter 13 Blue Question Page No. 224

1.দণ্ডচুম্বকৰ কাষলৈ আনিলে দিগদর্শন যন্ত্রৰ কাটাডাল কিয় বিক্ষেপিত হয় ?

Class 10 Science Chapter 13 Blue Question Page No. 228

1.এডাল দণ্ড চুম্বকৰ কেউকাষৰ চৌম্বক বলৰেখাবােৰ অংকন কৰা।
2.চৌম্বক বলৰেখাৰ ধর্মসমূহ তালিকাভূক্ত কৰা।
3.দুডাল চৌম্বক বল ৰেখাই কিয় পৰম্পৰ কটাকটি কৰিব নােৱাৰে ?

Class 10 Science Chapter 13 Blue Question Page No. 229

1.এখন টেবুলৰ সমতলত তাৰৰ বৃত্তাকাৰ কুণ্ডলী এটা বিবেচনা কৰা। ধৰা হওঁক, ঘড়ীৰ কাটাৰ দিশত ইয়াৰ মাজেৰে প্রবাহ চালিত হৈছে। কুণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চৌম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্রয়ােগ কৰা।
2. এটা প্রদত্ত অঞ্চলত চৌম্বক ক্ষেত্ৰৰ প্রকৃতি সুষম। ইয়াক প্ৰদৰ্শন কৰি চিত্র অংকন কৰা।
3. শুদ্ধ উত্তৰ বাছি উলিওৱা।
প্রবাহযুক্ত দীঘল চ’লেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্র (a)শূন্য (b) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে কমি যায়। (c) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে বাঢ়ি যায়। (d) সকলাে বিন্দুতে একে থাকে।

Class 10 Science Chapter 13 Blue Question Page No. 231

1. চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্হাত প্ৰটন এটাৰ নিম্নোক্ত কোনটো ধর্ম সলনি হ’ব পাৰে ? (ইয়াত এটাতকৈ বেছি উওৰ থাকিব পাৰে) (a) ভৰ (b) দ্ৰুতি (c) বেগ (d) ভৰ বেগ
2. কাৰ্যকলাপ 13.7ত AB দণ্ডৰ সৰন কেনেদৰে প্ৰভাবিত হ’ব যদি (i) AB দণ্ডৰ প্ৰবাহ বৃদ্ধি কৰা হয়, (ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰা হয়, আৰু (iii) AB দণ্ডৰ দৈৰ্য বৃদ্ধি কৰা হয় ?
3. পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কৰা এটা (আলফা কণা) চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ’ল। চুম্বক ক্ষেত্রৰ দিশ হ’ব- (a) দক্ষিণমুৱা (b) পূৱমুৱা (c) নিম্নমুখী (d) উৰ্দ্ধমুখী

Class 10 Science Chapter 13 Blue Question Page No. 233

1.ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা।
2. বৈদ্যুতিক মটৰৰ মূলনীতিটো কি ?
3. বৈদ্যুতিক মটৰত ফলা আঙঠিৰ ভূমিকা কি?

Class 10 Science Chapter 13 Blue Question Page No. 236

1.কুণ্ডলীত প্রবাহ আবিষ্ট কৰা বিভিন্ন উপায়বােৰ ব্যাখ্যা কৰা।

Class 10 Science Chapter 13 Blue Question Page No. 236

1.এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা।
2.প্রত্যক্ষ প্রবাহৰ উৎস কেইটামানৰ নাম লিখা।
3.পৰিৱৰ্তীত প্রবাহ কোনবিলাক উৎসই উৎপাদন কৰে।
4 শুদ্ধটো বাছি উলিওৱা:: তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্র এখনত ঘূৰােৱা হৈছে। আৱিষ্ট প্রবাহৰ দিশ প্রতি a) দুপাকত সলনি হ’ব । b) এপাকত সলনি হ’ব c) আধা পাকত সলনি হ’ব d) এপাকৰ চাৰি ভাগৰ এভাগত সলনি হ’ব।

Class 10 Science Chapter 13 Blue Question Page No. 238

1. বৈদ্যুতিক বর্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হােৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা।
2. এটা বৈদ্যুতিক ওভেনৰ ক্ষমতা 2 KW আৰু ইয়াক 5A প্রবাহ ক্ষমতাৰ ঘৰুৱা বর্তনী এটাৰ (220V ৰ) লগত সংযােগ কৰা হৈছে। কি ফলাফল তুমি আশা কৰিবা ? আলােচনা কৰা।

Class 10 Science Chapter 12 Exercise Question Answer

7.চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা।
8. চ’লেনিডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্রবাহযুক্ত চলেনই এটাৰ উত্তৰ মেৰু আৰু দক্ষিন মেৰু নির্ণয় কৰিব পাৰিবানে? ব্যাখ্যা কৰা।
9. চৌম্বক ক্ষেত্রত স্থাপন কৰা প্রবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্ব্বচ্চ হয় ?
10. ধৰা হওঁক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছ। ইলেকট্রনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সমুখৰ বেৰলৈ অনুভূমিকভাৱে আহিছে। এই কিৰণ ডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্যুত হৈছে ৷ চৌম্বক ক্ষেত্ৰৰ দিশ কি হ’ব?
11. বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র অংকন কৰা। ইয়াৰ মূলনীতি আৰু কার্যপ্রণালী ব্যাখ্যা কৰা। বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি?
12. বৈদ্যুতিক মটৰ ব্যৱহৃত হােৱা কেইবিধমান সঁজুলীৰ নাম লিখা।
13. অন্তৰিত তামৰ তাঁৰৰ কুণ্ডলী এটা গেলভেন মিটাৰ এটাৰ লগত সংযােগ কৰা হৈছে। যদি এডাল দণ্ড চুম্বক (i) কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে (ii) কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে (iii) কুণ্ডলীৰ অন্তভাগত স্থিতিশীল অৱস্থাত ৰাখিলে কি হব?
14. দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে। A কুণ্ডলীত প্রবাহ পৰিবর্তন হলে B কুণ্ডলীত প্রবাহ আৱিষ্ট হবনে? কাৰণ দর্শাৱা।
15. (i) প্রবাহযুক্ত পােন পৰিবাহীৰ কেউকাষে সৃষ্টি হােৱা চৌম্বক ক্ষেত্ৰৰ, (ii) চৌম্বক ক্ষেত্র এখনৰ লম্বভাবে স্থাপন কৰা প্রবাহযুক্ত পােন পৰিবাহী এডালে অনুভৱ কৰা বল আৰু (iii) চৌম্বক ক্ষেত্র এখনত ঘূৰাওঁতে কুণ্ডলীত আৱিষ্ট হােৱা প্ৰবাহৰ দিশ নির্ণয় কৰাৰ নিয়ম উল্লেখ কৰা।
16. চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি আৰু কার্যপ্রণালী বর্ণনা কৰা। ইয়াত ব্রাচদুডালৰ কাম কি ?
17. এটা বৈদ্যুতিক হ্রস্ববর্তনী (Short Circuit) কেতিয়া সংঘটিত হয় ?
18. ভূমি সংলগ্ন তাঁৰৰ কাম কি? ধাতুৰ সঁজুলিবােৰ ভূমি সংলগ্ন কৰাৰ প্রয়ােজন কিয় ?

Class 10 Science Chapter 13 PDF Note in Assamese

ওপৰত আমি Class 10 Science Chapter 13 Question সমূহ উল্লেখ কৰিছো আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি তলত দিয়া লিংকৰ জৰিয়তে PDF দিয়াৰ ব্যৱস্থা কৰিছো। আপুনি লিংকত ক্লিক কৰি Class 10 Science Chapter 13 Question Answer in Assamese Medium PDF ডাউনলোড কৰিব পাৰে।

Class 10 Science Chapter 13 PDF Note in Assamese

Leave a Comment